Disneyland 1972 Love the old s
Assam E-News Network (ænn)

মুখ্য পৃষ্ঠা

# প্ৰণয়

"কাজল সনা দুচকুৰে সাগৰ ৰঙি স্বপ্ন হৈ,
ধৰা দিলা নিজান
ক্ষণত,
কুঞ্জ বনত ফুলা তুমি শুকুলা ফুল মোৰ নিৰৱ
সধনাৰ,
মৰুৰ মাজত মৰিচীকা মৰম হৈ নেখেলিবা প্ৰিয়া, কুহেলিকাৰ জাল ফালি খেলো আহা প্ৰণয়ৰ মধু
খেলা।"

ණ দেৱজিত হালৈ

Back to posts
Comments:

Post a comment