উজাগৰে পাৰ কৰিছিলো তুমি নথকা দুখত শৰতৰ এটি নিশা । কিমান চেঁচা লাগিলে মোৰ কলিজা খনে উচুপে নাজানিছিলো মাথো শুনিছিলো শৰতৰ এটি নিশাৰ কিছু বিলাপ । © সত্যব্ৰত ফুকন