মোৰ প্ৰেম প্ৰেমে পুৰি নিয়া দেহতো আকৌ আজি পোখাইছে দেহলৈ মেৰিয়াই ধৰিছে প্ৰেমৰ শিপাই আনন্দতে মনতো নাচি-বাগি উঠিছে উশাহত প্ৰেমৰ সুগন্ধ বিয়পিছে হৃদয়ৰ খিৰিকী খন খুলি চোৱা মোৰ দুহাত প্ৰেমৰ বৰষুণত উমলি আছে ( হিৰণ্য কলিতা